Attainment

১. ৭. ২০১৬ তাৰিখে মোৰ জন্মদিনৰ দিনা
বিলাসীপাৰা চহৰ আৰু ধুবুৰী জিলা ভিত্তিক অনুষ্ঠান, প্ৰতিষ্ঠান , সমিতি , সংস্থা , সন্থা ক্ৰমান্বয়ে
(১) বিলাসীপাৰা শাখা সাহিত্য সভা ।
(২)বিলাসীপাৰা প্ৰেছ ক্লাৱ ।
(৩) বিলাসীপাৰা শাখা লেখিকা সমাৰোহ সমিতি ।
(৪) বিলাসীপাৰা জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ।
(৫) বিলাসীপাৰা মহিলা পতঞ্জলি সমিতি ।
(৬) বিলাসীপাৰা তেৰাপন্থ মহিলা সমিতি ।
(৭) ধুবুৰী জিলা নাৰী জাগৰণ চ'ছাইটি ।
(৮) বিলাসীপাৰা চোছিয়েল গ্ৰুপ |
(৯) বিলাসীপাৰা বৰোগাঁও ভদ্ৰকালী মন্দিৰ কমিটি
(১০) বিলাসীপাৰা ক্লাইমেড ফেচিং ক্লাৱ
(১১) শঙ্কৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ , উদমাৰী
(১২) বিলাসীপাৰা আঞ্চলিক নাৰী অধিকাৰ সুৰক্ষা সমিতি ।
(১৩) বিলাসীপাৰা জিলা ক্ৰীড়া সন্থা ।
(১৪) জ্যোতি সংঘ , বিলাসীপাৰা ।
(১৫) লক্ষ্মীগঞ্জ শাখা সাহিত্য সভা ।
(১৬) বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থা ।
(১৭) কাজলভোমোৰা শিল্পী সমাজ ।
(১৮) বিলাসীপাৰা মাৰোৱাৰী সন্থা
(১৯) তেৰাপন্থ ভৱন বিলাসীপাৰাৰ পৰা ৰাজহুৱা সম্বর্ধনা গ্ৰহণ কৰিলোঁ
ব্যক্তিগত ভাবেও বহুত উপহাৰ আৰু সম্বর্ধনা দিলে ।



আজি ৩. ৭. ২০১৬ দেওবাৰ তাৰিখে ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৰমৰ বন্ধৰ সুবিধা গ্ৰহণ কৰি, বহাগী বিহুৱা হুচৰি দলে আয়োজন কৰা, বিহুনৃত্যৰ ১০ দিনীয়া কৰ্মশালাৰ দুৱাৰ মুকলি কৰিলোঁ । একালত মই পঢ়া অহা স্কুলখনৰ ভৌগোলিক অৱস্থা উন্নত হোৱা দেখি মনটো পুলকিত হোৱাৰ লগতে নষ্টালজিক হৈ পৰিছিলোঁ ।